বঙাইগাঁও বিশ্ববিদ্যালয়ত আমছুৰ নতুন গোট গঠন, সভাপতি আব্বাছ আলী
Bijni, Chirang | Nov 23, 2026
বঙাইগাঁও বিশ্ববিদ্যালয়ত ২৩ নৱেম্বৰত গঠন হ'ল আমছুৰ ৫১ জনীয়া নতুন সমিতি। আব্বাছ আলীক সভাপতি আৰু জেনিফা বেগম, ৰবিউল আলীক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু শৈক্ষিক উন্নয়নৰ লক্ষ্যৰে এই নতুন গোট গঠন কৰা হয়।