Public App Logo
Jansamasya
Heatwave
News
Bjp
National
Police
Bihar
कांग्रेस
मौत
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी
Crimenews

ওদালগুৰি: ওৰাং আৰক্ষী থানাত হেৰুৱা ৪ টা মোবাইল উদ্ধাৰ কৰি গৰাকীৰ হাতত অৰ্পণ

Udalguri, Udalguri | Nov 21, 2025
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাত ৪ হেৰুৱা মোবাইল উদ্ধাৰ কৰি গৰাকীৰ হাতত প্ৰদান কৰে। ওৰাং আৰক্ষীৰ এই প্ৰসংশনীয় পদক্ষেপক শলাগ লয় স্হানীয় সচেতন নাগৰিক সমাজে।ওৰাং এলেকাত বিভিন্ন সময়ত মোবাইলৰ গৰাকীৰ হাতৰ পৰা চুৰি হো‌ৱা বা হাতৰ পৰা হেৰাই যোৱা মোবাইল সমুহ ওৰাং আৰক্ষীয়ে বিচাৰি আনি মোবাইলৰ গৰাকী সকলৰ হাতত গতাই দিয়ে ৷ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰক জ্যোতি দাসৰ তত্বাবধানত আৰু ওৰাং আৰক্ষী থানাৰ সুদক্ষ সহকাৰী উপ পৰিদৰ্শক দিগন্ত কুমাৰ বৰাই উদ্ধাৰ কৰে।