◾ভেৰগাঁৱৰ খাগ্ৰাবাৰী জনতা হাইস্কুল খেলপথাৰত ইউপিপিএলৰ পঞ্চম ত্ৰি-বাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ।
◾ সভাপতি প্ৰমোদ বড়োৰ পতাকা উত্তোলনেৰে আৰম্ভণি কাৰ্যসূচী।
◾ ১৩খন জিলাৰ প্ৰায় ৪,০০০ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত অধিৱেশন।
◾ ‘৩৫ লাখ জনতা প্ৰথম’ মূলমন্ত্ৰৰে বিটিআৰৰ ২৬টা জনগোষ্ঠীৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ সংকল্প ইউপিপিএলৰ।
United People's Party Liberal -UPPL
Pramod Boro
Dipen Boro
#Uppl #PramodBoro