Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
कांग्रेस
मौत
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी
Crimenews
Kolkata
Aap

বাক্সা: আজি বাক্সা জিলাৰ শালবাৰীত উপস্থিত অন্ন সেৱা এই কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে বিধায়ক ফনীধৰ তালুকদাৰ

Baska, Baksa | Nov 10, 2025
আজি বাক্সা জিলাৰ শালবাৰীত উপস্থিত অন্ন সেৱা এই কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে বিধায়ক ফনীধৰ তালুকদাৰ । ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব৷ ইয়াৰ জৰিয়তে প্ৰায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ'ব৷

MORE NEWS