নামতি নদী শিপাৰে আছিল কেইটা মান পৰিয়ালে । কোনেও নাজানিছিল তাত যে কোনোবা আছে । আমি গম পায় আজি APIC সহায়ত Team Our Sivasagar Page আৰু কেইজন মান বন্ধুৰ সহায়ত তাত গৈ কল ভূ লৈ গাওঁখন বিচাৰি অলপ সহায় কৰিলোঁ । আমাক এই কামত আৰ্থিক ভাবে সহায় কৰা বাবে সকলোলৈকে ধন্যবাদ । স্থান: বেলিমুখীয়া–চাংমাই গাঁও, দিকচু পঞ্চায়ত, নামতি, শিৱসাগৰ । 📞 যোগাযোগ: 60022 40263 / 97063 53450
আৰু কৰোবাত যদি কিবা সহায় কৰিব লাগে ( যিকোনো) আমাক জনাব আমি সহায় কৰিবলৈ সদায় প্ৰস্তুত আছোঁ । আপোনাৰ সামান্য সহায়ে হয়তো আপোনাৰ জীৱনত বিশেষ একো প্ৰভাৱ নেপেলায়,
কিন্তু সেই সৰু সহায়েই কাৰোবাৰ জীৱনত আশাৰ এক নতুন দিগন্ত মুকলি কৰিব পাৰে। আমাৰ যোগাযোগ - —-📞9101551160
—-📞9101154242