Public App Logo
Profile Picture

Our Sivasagar আমাৰ শিৱসাগৰ"

@oursivasagar18
234Followers
0Following
Video 0
যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাগলী চোৰ।
যোৰহাটৰ পানীচকুৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা ছাগলী চুৰিৰ অভিযোগ।
বাইকত অহা দুজন যুৱকে ছাগলী লৈ যোৱা দৃশ্য বন্দী কেমেৰাত।
দিনদুপৰতে সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
ঘটনাৰ আঁৰত ড্ৰাগছ আসক্ত যুৱক জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ।

<nis:link nis:type=tag nis:id=highlightseveryone nis:value=highlightseveryone nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=newsupdate nis:value=NewsUpdate nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=𝐣𝐨𝐫𝐡𝐚𝐭 nis:value=𝐣𝐨𝐫𝐡𝐚𝐭 nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=fypシ゚ nis:value=fypシ゚ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=news nis:value=News nis:enabled=true nis:link/>  <nis:link nis:type=tag nis:id=fypシ゚viralシ nis:value=fypシ゚viralシ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=শিৱসাগৰৰ nis:value=শিৱসাগৰৰ nis:enabled=true nis:link/> CMO Assam Assam Police DGPAssamPolice 
<nis:link nis:type=tag nis:id=atm nis:value=ATM nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
<nis:link nis:type=tag nis:id=শিৱসাগৰৰ nis:value=শিৱসাগৰৰ nis:enabled=true nis:link/> শিমলুগুৰি জংচন ৰোডত ATM চোৰৰ বৃহৎ গেং আটক। 

ভিন্ন প্ৰান্তৰ লোকৰ ATM কাৰ্ড চুৰি কৰি ধন আত্মসাৎ কৰিছিল গেংটোৱে। 

ডিমৌ আৰু শিমলুগুৰি আৰক্ষীৰ যৌথ অভিযান আটক ATM চুৰ কাঁইট।

ডিমৌৰ পৰা খেদি খেদি শিমলুগুৰিত আটক চোৰৰ গেংটোক। 

গেংটোত আছে এগৰাকী মহিলাসহ আন ৩টা চোৰ।

<nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assam nis:value=assam nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=news nis:value=news nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=fypシ゚ nis:value=fypシ゚ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=fypシ゚viralシ nis:value=fypシ゚viralシ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=thief nis:value=thief nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=atm nis:value=ATM nis:enabled=true nis:link/>
@top fans
Video 4
📌 গোলাঘাটৰ পাছত শিৱসাগৰতো একেই দৃশ্য!
ড্ৰাগছ সৰবৰাহৰ অভিযোগত ধৃত যুৱকক খোজকঢ়াই আদালতলৈ নিলে শিৱসাগৰ আৰক্ষীয়ে।
শিৱসাগৰত বীৰ লাচিত সেনা, অসমত যোগদান কাৰ্যসূচী।
অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক বিষ্ণু শইকীয়াৰ বীৰ লাচিত সেনা, অসমত যোগদান I
<nis:link nis:type=tag nis:id=birlachitsena nis:value=birlachitsena nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=sivasagar nis:value=sivasagar nis:enabled=true nis:link/>
শিৱসাগৰতো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপন। 

শিৱসাগৰৰ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উপলক্ষে সমন্বয় দিৱস উদযাপন। 

শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত পুৱা বন্তি প্ৰজ্বলন কৰাৰ পিছতে সুধাকণ্ঠৰ কালজয়ী গীত বিস্তীর্ণ পাৰৰে পৰিৱেশন কৰা হয়। 

তাৰোপৰি সন্ধিয়ালৈ ভূপেন হাজৰিকাৰ ওপজা দিন উপলক্ষে কেক কটাৰ লগতে সুধাকণ্ঠ গৰাকীৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা গীতৰ ভিডিঅ' প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।
শিৱসাগৰ শুকান পুখুৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে বানপীড়িত ৰাইজৰ প্ৰতিবাদ। 

শিৱসাগৰ বেতবাৰী শুকান পুখুৰীত আজি দুই শতাধিক বানপীড়িত পৰিয়ালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এককালীন ১৫ হেজাৰ টকা সাহাৰ্যৰ লাভ নকৰাত ঘাইপথ অৱৰোধ কৰে বানপীড়িত ৰাইজে।

বহু সময় ধৰি ঘাইপথ অৱৰোধ কৰাৰ অন্তত শিৱসাগৰ আৰক্ষী, ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

অচিৰেই বঞ্চিত পৰিয়ালৰ তালিকা প্ৰস্তুত কৰি সাহাৰ্য প্ৰদানৰ আশ্বাস ৰাজহ চক্ৰ বিষয়াৰ।
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃত্বত 
শিৱসাগৰ সদৰ থানা ঘেৰাও ৰাইজৰ।

বলিয়াঘাটৰ যুৱক অভয় হাজৰিকা(২১) আৰু মানস দাস(২৩)ৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত থানা ঘেৰাও দুই শতাধিক ৰাইজৰ।

শণিবাৰে বলিয়াঘাটৰ উক্ত যুৱক দুজনৰ মৃতদেহ বেতবাৰীৰ দিচাং মাজগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ 
এটা নলাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল।

যুৱক দুজনৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত থানা ঘেৰাও ৰাইজৰ।

অভয় হাজৰিকা, মানস দাসক হত‌্যাৰ সন্দেহ ৰাইজৰ।

অথচ আৰক্ষীয়ে সঠিকভাৱে তদন্ত নকৰাৰ অভিযোগ।
মুখ্যমন্ত্ৰীলৈ এগৰাকী মহিলাৰ চিঠিঃ

নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয় 🙏
এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনাক মনোনিৱেশ কৰিবলৈ অনুৰোধ জনাইছো । মই শিৱসাগৰৰ বাসিন্দা । মোৰ ল'ৰা অভিনৱ চুতীয়া  শিৱসাগৰৰে মাজমজিয়াত থকা  TRB senior secondery school ৰ কলা শাখাৰ দ্বিতীয় বাৰ্ষিকৰ  ছাত্ৰ । যোৱা ১৮  আগষ্টত  বিদ্যালয়ৰ  শিক্ষাদানৰ সময়-সীমাৰ (টিফিন খোৱা ) মাজতে দিনৰ ১১-৩০ বজাত একে বৰ্ষৰে বিজ্ঞান শাখাৰ ছাত্ৰ আদিত্য কাশ্যপ  আৰু ময়ুৰ ৰাজ মহনে সিহঁতৰ  কথাত পতিয়ন নোযোৱাৰ বাবে সামান্য কথাতে  মোৰ লৰা অভিনৱ চুতীয়াক  বৰ জঘন্যতাৰে  মাৰ-পিট  কৰি  বিশেষকৈ চকুৰ দৰে স্পৰ্শকাতৰ অংগত প্ৰচণ্ড ঘোচাৰে আঘাট  কৰি বৰ্তমানে মোৰ লৰাৰ চকুৰ ৰেটিনা ফাটি  যোৱাত মেজৰ অপাৰেচন কৰিবলগীয়া পৰিস্থিতি  আহি পৰিছে ।লগতে চকুৰ ওচৰত ফেক্সাৰ হোৱা ও   CT scan report ত ধৰা পৰিছে । জানিব পৰিমতে উক্ত অপৰাধ কৰা লৰাদুজনৰ আগতে ও তেনে ধৰণৰ  মাৰ-পিট কৰাৰ ৰেৰ্কডৰ তথ্য  আছে ।  বৰ্তমানে মোৰ লৰা অভিনৱ ভুক্তভোগী হৈ  গুৱাহাটীৰ শংকৰ দেৱ নেত্ৰালয় চিকিৎসালয়ত  চিকিৎসাধীন হৈ আছে । ঘটনাৰ দিনাই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল- (G.D.  No. 40. dt-18/08/2026) যদিও  দুয়োটা আচামীয়ে বিনাদিগ্ধাই  মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে  আৰু আৰক্ষী প্ৰশাসনে কোনো অজ্ঞাত কাৰণত তদন্ত কৰাৰ ক্ষেত্ৰত হেমাহী কৰাৰ যেন এগৰাকী অভিভাৱক  হিচাপে অনুভৱ কৰিছো🙏 ।  এনেদৰে  যদি আমাৰ সন্তানসকলে  অধ্যয়ন কৰিবলৈ গ'লে  ও  জীৱনৰে নিৰাপত্তাহীনতাৰ পৰিৱেশ  স্কুল -কলেজত  সৃষ্টি হয় ??? তেন্তে  ভৱিষ্যতৰ প্ৰজন্ম  কোন দিশে ???? আৰু এনে অতি জঘন্য ও পৈশাচিক  অপৰাধ সংঘটিত  কৰাৰ পাছতো যদি আচামীক  গ্ৰেপ্তাৰ  কৰি বিহিত  ব্যৱস্থা  গ্ৰহণ  কৰা নহয় , তেন্তে আমাৰ দৰে সাধাৰণ  মানুহে পুলিচ আৰু আইনৰ ওপৰত  বিশ্বাস  হেৰুৱাৰ লগতে  আমাৰ সন্তানে ও ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হব !! গতিকে মহোদয়াক বিষয়টো ওপৰত গুৰুত্ব প্ৰদানেৰে  উচিত ব্যৱস্থা লবলৈ অনুৰোধ জনাই  মোৰ লৰাৰ লগতে মোৰ পৰিয়ালক  ন্যায়  প্ৰদান কৰিবলৈ কাতৰেৰে প্ৰাৰ্থনা জনাইছো 😢🙏 ।  চিকিৎসকৰ পৰামৰ্শমতে অনাগত সময়ত মোৰ লৰাৰ  চকু আৰু নাকৰ  আৰু দুটা অস্ত্ৰোপ্ৰচাৰৰ সম্ভাৱনাই দেখা দিছে । বৰ কষ্ট পাইছে মোৰ সন্তানে  🙏😢😰 । বিহিত ব্যৱস্থা আশা কৰি ------
  ধ্ৰুৱজ্যোতি  চুতীয়া (পিতৃ) , 
যীচু মোহন চুতীয়া (মাতৃ )
শিৱসাগৰ । ফোন নং - 7896527374
জলপ্ৰলয়ৰ ১১ দিনৰ পাছত নেপালত জীৱন্তে উদ্ধাৰ এগৰাকী চীনৰ নাগৰিক

 <nis:link nis:type=tag nis:id=nepalnews nis:value=NepalNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=fypシ゚ nis:value=fypシ゚ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/>
শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল।

আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদমেল সম্বোধন।

আজি আমি ৰংপুৰীয়া হিচাপে এজন অসমীয়া হিচাপে গৌৰাম্বিত।
🛑শিৱসাগৰ দিচাং মাজগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কান্দুনৰ ৰোল।

🛑এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ এই পৰিৱেশ।

🛑শিৱসাগৰ দিচাং মাজগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য।

🛑এ এছ ০৪ এ ডি ৩৫৫২ নম্বৰৰ FZ বাইক সহ উদ্ধাৰ অভয় হাজৰিকা (২১)ৰ মৃতদেহ।

🛑অভয় হাজৰিকাৰ ঘৰ শিৱসাগৰ বলিয়াঘাতত।

🛑ভানু হাজৰিকাৰ পুত্ৰ অভয় হাজৰিকাৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাকলৈ চাঞ্চল্য।

🛑শুকুৰবাৰে দিনতে ঢেকিয়াখুৱা বৰনামঘৰলৈ উলাই গৈছিল অভয় হাজৰিকা।

🛑একমাত্ৰ পুত্ৰ অভয় হাজৰিকাৰ মৃতদেহ প্ৰত্যক্ষ কৰি ঘাইপথতে ঢলি পৰে মাতৃ ভানু হাজৰিকা।

🛑ঢেকিয়াখোৱা বৰনামঘৰৰ পৰা আহি বলিয়াঘাটৰ ঘৰত নোহোমাই ডিব্ৰুগড় দিশত থকা দিচাং মাজগাওঁ ফালে কিয় গৈছিল তাকলৈয়ো প্ৰশ্নৰ উদ্ৰেক হৈছে পৰিয়ালৰ মাজত।

<nis:link nis:type=tag nis:id=news nis:value=news nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=oursivasagar nis:value=oursivasagar nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=assamnews nis:value=AssamNews nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=শিৱসাগৰ nis:value=শিৱসাগৰ nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=follower nis:value=follower nis:enabled=true nis:link/> <nis:link nis:type=tag nis:id=fypシ゚ nis:value=fypシ゚ nis:enabled=true nis:link/>
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত খাদ‍্যবস্তুকে ধৰি অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত খাদ‍্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিৰুদ্ধে আজি  শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই শৱযাত্রা কাৰ্যসূচী
আজি অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ছাৰৰ জন্মদিন। তেওঁৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। বৰুৱা ছাৰলৈ ৮৭ সংখ্যক জন্মদিনৰ আন্তৰিক শুভকামনা। ছাৰ কুশলে থাকক।
🛑শিৱসাগৰৰ মেলাচকৰ মিলন নগৰত চাঞ্চল্যকৰ লুট ৷ 

🛑দিনদুপৰতে দিপালী  বুঢ়াগোঁহাই নামৰ এগৰাকী ৭৫ বছৰীয়া মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন৷ 

🛑এখন বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে দিপালী বুঢ়াগোঁহাইৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন ৷

🛑নামঘৰৰ পৰা ঘুৰি অহাৰ সময়তেই নিজ গৃহৰ পদুলীৰ পৰাই দুৰ্বৃত্তৰ দলটোৱে মহিলা গৰাকীৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় চেইন দাল ৷
⚡️Sivasagar Breaking

🛑শিৱসাগৰত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত।

🛑শিৱসাগৰ আৰক্ষীৰ জালত পৰিল নাৰীদেহ ব্যৱসায়ী চক্ৰ।

🛑শিৱসাগৰ নগৰৰ খিজনুৰ আলি পথৰ এটা ভাড়াঘৰত চলি আছিল নাৰীদেহ ব্যৱসায়।

🛑নেহা দত্ত নামৰ এগৰাকী মহিলাৰ নেতৃত্বত চলি আছিল নাৰীদেহ ব্যৱসায়।

🛑এগৰাকী তেৰ বছৰীয়া কিশোৰীক দেহ ব্যৱসায়ৰ বাবে কৌশলেৰে জালত পেলাইছিল মহিলা গৰাকীয়ে।

🛑চুলেমাইন আলি নামৰ এজন ই-ৰিক্সা চালক আৰু নেহা দত্তই কিশোৰী গৰাকীৰ ফটো AI ৰ দ্বাৰা বিকৃত কৰি ব্লেক মেইলিংৰ জৰিয়তে কিশোৰীগৰাকীক দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰিছিল।

🛑কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ববিতা দত্ত ওৰফে নেহা দত্ত আৰু চুলেমাইন আলিক।

🛑দীৰ্ঘদিন ধৰি নেহা দত্ত নামৰ মহিলাগৰাকী আৰু চুলেমাইন আলিয়ে দেহ ব্যৱসায় চলাই আহিছিল বুলি সন্দেহ কৰা হৈছে।

🛑আৰক্ষীয়ে শিৱসাগৰ নগৰৰ হাতীখোকৰ এটা ভাড়াঘৰৰ চুলেমাইন আলিক আটক কৰে।

🛑আৰক্ষীৰ তদন্তত এক বৃহৎ নাৰীদেহ চক্ৰ যে জালত পৰিব সেইয়া কিন্তু নিশ্চিত।
🛑শিৱসাগৰৰ দিখৌ দলঙৰ পৰা নদীত জাপ এগৰাকী যুৱতীৰ ৷
🛑স্থানীয় দুই সাহসী যুৱক আৰু এচ ডি 
 আৰ এফৰ সহযোগত দিখৌ নদীৰ মাজৰ পৰা কথমপি ৰক্ষা যুৱতী গৰাকীক ৷
নামদাং খন্দাৰ নামত মন্ত্ৰী বিমল বৰাই কি নাটক কৰিছে চাওঁক। নদী উল্টাকৈ বৈ আছে।
    : দীপজ্যোতি গগৈ।
এই ঘৰখন অসমৰ এগৰাকী বিশেষ পৰিচিত ব্যক্তিৰ ঘৰ।তেওঁ আন কোনো নহয়,সকলোৰে চিনাকি সংগীত শিল্পী মানস ৰবীন ককাইদেউৰ ঘৰ। শিৱসাগৰৰ নিমাইজানত থকা মানস ৰবীন ককাইদেউৰ ঘৰখনো হঠাৎ অহা প্ৰলয়ংকাৰী বানে ধুই থৈ গ'ল।তথাপিও মানুহ জনে আনৰ বাবে,সমাজখনৰ কাৰণে অহৰ্নিশে সহায়ৰ হাত আগবঢ়াই আহিছে।এইবোৰ ছবিয়ে আচল দৃশ্য দাঙি ধৰে।ফটোখনত <nis:link nis:type=tag nis:id=protidin_time nis:value=protidin_time nis:enabled=true nis:link/> ৰ মুখ্য সম্পাদক Nitumoni Saikia Nitumoni Saikia Unofficial দাদাক দেখা গৈছে। তেখেতে দৃশ্যটো সামাজিক মাধ্যমত দাঙি ধৰাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ 🙏

নিমাইজান অঞ্চলত থকা মানস ৰবীন ককাইদেউৰ ঘৰখনো বানে তচনচ কৰি থৈ গ'ল। আচলতে শিল্পী সত্বা থকা মানুহজন ক্ৰমান্বয়ে মানুহৰ মাজত থাকি পূৰ্ণিমাৰ জোনটোৰ দৰে উজ্বল হৈ উঠিছে।এই সংকটৰ মুহুৰ্তত তেখেতে ৰাইজৰ প্ৰতি যি দায়ৱদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে,সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। দুয়োগৰাকী সন্মানীয় ব্যক্তিলৈ আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ 🙏

<nis:link nis:type=tag nis:id=nimaijan nis:value=nimaijan nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=manashrobin nis:value=ManashRobin nis:enabled=true nis:link/> 

📍 নিমাইজান,শিৱসাগৰ
Video 21
শিৱসাগৰৰ গৃহহীন বানাক্ৰান্ত  কাষত Youtuber ভূষণ পাঠক 

জুবিন আলয়  নামাৰে নামাকৰণ কৰি বহু কেইটা বাস গৃহ নিৰ্মাণ 

ভূষণ পাঠক foundation উদ্যোগ এই বাস গৃহ সমূহ নিৰ্মান।

পানবেচা গড়কোষত প্ৰথমতো ঘৰ উদ্বোধন কৰা হয়।

আজি নতুন বাসগৃহ পাই উৎফুল্লিত পৰিয়ালটো
কাজিৰঙা ইক’ ছেনছিটিভ জ’নৰ প্ৰসংগ লৈ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে |

আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্য্যলয়ত এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু
আৰক্ষীৰ জালত অন্যতম অভিযুক্ত মোজামিল ইছলাম