শিৱসাগৰত নৱনিৰ্মিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে
দীৰ্ঘদিন ভাড়াতীয়া হিচাপে থকা শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়তো অৱশেষত নতুন ৰূপত নিৰ্মাণ কৰি শুভ উদ্বোধন কৰা হয় ডিমৌ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰ মহল পঞ্চায়তৰ অধীনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত
শিৱসাগৰ জিলা আয়ুক্ত মৃদুল য়াদৱ , অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া , বিশিষ্ট সমাজকৰ্মী বিতোপন ৰাইদঙীয়াৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে উদ্ধোধন কৰে কাৰ্যালয়তো ।
#highlight
#everyonefollowers
#followerseveryone
#SocialWelfare
#sivasagarassam