Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
हादसा
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
कांग्रेस
चोरी
Accident
Congress
Modi
Delhi
Viral
Crime
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Nsui
उत्तरप्रदेश
Madhyapradesh
Pmmodi
पटना
mndr6277
শ্বহীদ মুকুন্দ কাকতি স্মৃতি ফুটবল চূড়ান্ত খেল ২০ ছেপ্টেম্বৰ দেওবাৰে অৰ্থাৎ শ্বহীদ দিৱসৰ দিনা অনুষ্ঠিত হব। চূড়ান্ত খেল MAHALAXMI FC V/S MIXER BOYS FC On - 20 Sep. 2026 মিছামাৰী যুৱক সংঘৰ সৌজন্যত চলি থকা শ্বহীদ মুকুন্দ কাকতি স্মৃতি ট্ৰফি ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি অন্তিমখন ছেমিফাইনেলত মইদানী ক্লাৱ গহপুৰক ফুটবল একাদশক মহালক্ষ্মী ফুটবল একাদশ বিশ্বনাথ চাৰিআলি দলে ট্ৰাইবেকাৰৰ জৰিয়তে পৰাস্ত কৰি চূড়ান্ত খেললৈ পথ প্ৰশস্ত কৰি ললে। অহা ২০ ছেপ্টেম্বৰ দেওবাৰে শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি চূড়ান্ত খেলখন অনুষ্ঠিত হব। উক্ত চূড়ান্ত খেলত মহালক্ষ্মী ফুটবল একাদশ বিশ্বনাথ চাৰিআলি আৰু মিক্সাৰ বইজ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হব। সেয়েহে অহা দেওবাৰে অনুষ্ঠিত হব লগা চূড়ান্ত খেলত সমুহ ফুটবল প্ৰেমী দৰ্শক ৰাইজৰ উপস্থিতিত একান্ত ভাৱে কামনা কৰিছে উদ্যোগতা সকলে। উল্লেখযোগ্য যে চূড়ান্ত খেলত দৰ্শক সকলৰ দৰ্শনী মূল্য মাত্ৰ ত্ৰিশ টকা নিৰ্ধাৰণ কৰা হৈছে বুলি উদ্যোগতা কমিটিয়ে জানিবলৈ দিছে। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath
| Sep 18, 2026
#public
#friends
#highlights
#news
#viral
#reels
#everyone
#facebook
#barta24x7
MORE NEWS
বিহালীৰ মিকিৰ গাঁৱত এটা গঁড়ৰ খৰ্গ সহ এজন সৰবৰাহকাৰী আটক বিহালী আৰক্ষীৰ । #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7 #biswnath #crime
Helem, Biswanath | Sep 21, 2026
অৱশেষত অভিনেত্ৰী আইমী কামানে খুজিলে ক্ষমা। সাপ, বান্দৰ, কুকুৰৰ মাংশ ভক্ষণ কৰা আইমী কামানে কি কৈছিল আৰু কিয় ক্ষমা খুজিলে শুনো আহক। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 21, 2026
BIG BREAKING বিহালীত গঁড়ৰ খৰ্গ সহ এজনক আটক। সবিশেষ পৰৱৰ্তী বাতৰিত। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 21, 2026
সকলোৱে লিখিব কৃষ্ণ। আজি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ তম জন্মোৎসৱ। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 21, 2026
শ্বহীদ মুকুন্দ কাকতি স্মৃতি ফুটবল চূড়ান্ত খেলত মহালক্ষ্মী ফুটবল একাদশ বিশ্বনাথ চাৰিআলিৰ জয়লাভ। মিছামাৰী যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা শ্বহীদ মুকুন্দ কাকতি স্মৃতি ট্ৰফি ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল খেলখন মহালক্ষ্মী ফুটবল একাদশ বিশ্বনাথ চাৰিআলি আৰু মিক্স বইজ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। অতি উত্তেজনা পূৰ্ণ খেলত দুয়ো দলে কোনো গলৰ সমতা স্থাপন কৰিব নোৱাৰি ট্ৰাইবেকাৰৰ জৰিয়তে মহালক্ষ্মী দলে জয়লাভ কৰিবলৈ সক্ষম হয়। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 21, 2026
আজি শ্বহীদ দিৱস।আজিৰ দিনটোতে গহপুৰ থানাত ত্ৰিৰংগা পতাকা উৰুৱাব গৈ ৪২ৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। স্বাধীনতাৰ পিছৰে পৰা দেশৰ অন্য প্ৰান্তৰ লগতে গহপুৰতো দল- সংগঠন ব্যক্তি বিশেষে শ্বহীদ দিৱস উদযাপন কৰি আহিছে। আজিও গহপুৰত বিজেপি, কংগ্ৰেছ আদি ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগতে ব্যক্তি বিশেষে দুয়োগৰাকী শ্বহীদক সোঁৱৰণ কৰে। গহপুৰ নগৰস্থিত কনকলতা বৰুৱা মুকুন্দ কাকতিৰ ব্ৰঞ্জৰ যুগল প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে বৰঙাবাৰীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি,সমাধিস্থল আৰু ঘাহিগাৱৰ মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণ কৰে। ১/উৎপল বৰা, বিধায়ক গহপুৰ ২/ ৰিপুন বৰা , কংগ্ৰেছ #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 20, 2026
তীজৰ লগত সংগতি ৰাখি। গানৰ সৈতে কেনেকুৱা হৈছে জনাব। #public #friends #highlights #news #viral #reels #highlights #everyone #facebook #barta24x7
Helem, Biswanath | Sep 20, 2026
জয় জুবিন দা । জুবিন গাৰ্গ অমৰ হওক। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 19, 2026
টকৌবাৰীৰ বুৰৈঘাটত ছয়খন গাৱঁৰ ৰাইজে মিলি আয়োজন কৰিছে গোৰ্খা সম্প্ৰদায়ৰ তীজ উৎসৱ ।অহা কাইলৈ অনুষ্ঠিত হব লগীয়া তীজ উৎসৱত সমুহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোগতা সকলে। তীজ উৎসৱ কি আৰু কিয় পালন কৰা হয় জানো আহক। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 19, 2026