শ্বহীদ মুকুন্দ কাকতি স্মৃতি ফুটবল চূড়ান্ত খেলত মহালক্ষ্মী ফুটবল একাদশ বিশ্বনাথ চাৰিআলিৰ জয়লাভ।
মিছামাৰী যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা শ্বহীদ মুকুন্দ কাকতি স্মৃতি ট্ৰফি ও প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল খেলখন মহালক্ষ্মী ফুটবল একাদশ বিশ্বনাথ চাৰিআলি আৰু মিক্স বইজ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। অতি উত্তেজনা পূৰ্ণ খেলত দুয়ো দলে কোনো গলৰ সমতা স্থাপন কৰিব নোৱাৰি ট্ৰাইবেকাৰৰ জৰিয়তে মহালক্ষ্মী দলে জয়লাভ কৰিবলৈ সক্ষম হয়।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7