সাপেখাতী: ঘোগৰাচোকত বাঘৰ সন্ত্ৰাস, লবন মাঝিৰ এটা গৰু, নাহৰফুটুকী বাঘে ভক্ষণ
শুক্ৰবাৰে ৫ বজাত বৰহাট আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত ঘোগৰা চোকত লবন মাঝিৰ এটা গৰু, নাহৰফুটুকী বাঘে ভক্ষণ কৰে। ।উল্লেখ্য যে বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ঘোগৰা চোকত নাহৰফুটুকী বাঘে ধাৰাবাহিক ভাবে গৰু,ছাগলী, গাহৰি খাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে।আজি পুণৰ ঘোগৰাচোকৰ নিবাসী লবন মাঝি এটা গৰু বাঘে নিহত কৰি ভক্ষণ কৰে।