Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

সাপেখাতী: কলাকটাত অসম চাওঁতাল সাহিত্য পৰিষদৰ গুৰুত্বপূৰ্ণ সভাত চৰাইদেউ জিলা পৰিষদৰ সম্পাদক স্বপন হেমৰম

Sapekhati, Charaideo | Feb 8, 2024
বৃস্পতিবাৰে আবেলি ৩-৩০বজাত কলাকটাত অসম চাওঁতাল সাহিত্য পৰিষদ,চৰাইদেউ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা চৰাইদেউ জিলা সমিতিৰ সভাপতি অনন্ত হেমৰমৰ পৌৰোহিত্বত অনুষ্ঠিত হয়।চাওঁতাল সাহিত্য পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক স্বপন হেমৰমৰে আঁত ধৰা সভাত চাওঁতাল ভাষা সাহিত্য সংস্কৃতিৰ সন্দৰ্ভত আলোকপাত কৰে।সভাত পৰিষদৰ জিলাৰ সহঃসম্পাদক ৰতন হেমৰম,সাস্কৃতিক সম্পাদক তুলাৰাম মুৰ্মূৰ প্ৰমুখ্যে জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে।