সাপেখাতী: মুক্তাবাৰীত পানী যোগান আঁচনি উদ্বোধন কৰাৰ ৬ মাহৰ পাছতে চিৰালফাট,আটছা,এচিএম এচৰ প্ৰতিক্ৰিয়া
বৃস্পতিবাৰে আবেলি ১-৩০ বজাত মুক্তাবাৰী চাহ বাগিচাৰ পানী যোগান আঁচনি খন উদ্বোধন কৰাৰ ৬ মাহৰ ভিতৰতে চিৰালফাট দিয়াত আজি আটছা,এচিএম এচ প্ৰতিক্ৰিয়া প্ৰকাশ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ঘৰে ঘৰে জল আচঁনিৰ যোগেদি ৰূপায়ন কৰি থকা জলজীৱন মিছন আঁচনিৰ জৰিয়তে সোণাৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুক্তাবাৰী চাহ বাগিচাত থকা নৱ নিৰ্মিত পানী যোগান আঁচনি খন যোৱা ২০২৩বৰ্যৰ ৪চেপ্তম্বৰত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উদ্বোধন কৰিছিল।