সাপেখাতী: সাপেখাতীত ,বৰবিহুৱা ফিৰোজ কোঁৱৰ মৃত্যুত অসম চাহ জনজাতি ছাত্র সন্থা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাক গণেশ গোৱালা শোকপ্ৰকাশ
বৃস্পতিবাৰে আবেলি ১১-৩০বজাত সাপেখাতীত বিশিষ্ট সাংস্কৃতিক কৰ্মী,বৰ বিহুৱা ফিৰোজ কোঁৱৰ মৃত্যুত সাংস্কৃতিক জগতখনৰ বাবে এক বৃহৎ ক্ষতি । এক পথ দুৰ্ঘটনাত অকালতে মৃত্যুক আঁকোৱালি লবলগীয়া হোৱা বৰ বিহুৱা ফিৰোজ কোঁৱৰৰ মৃত্যুত অসম চাহ জনজাতি ছাত্র কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক গণেশ গোৱালাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনায়।