সাপেখাতী: লেচাই কোঁৱৰ মৈদাম উন্নয়ন সমিতিৰ উদ্যোগত সাপেখাতী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াক উষ্ম আদৰণি
মংগলবাৰে আবেলি ৪বজাত লেচাই কোঁৱৰ মৈদাম উন্নয়ন সমিতিৰ উদ্যোগত সাপেখাতী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বনজ্যোস্না বৰগোঁহাইক উষ্ম আদৰণি জনায়। লেচাই কোঁৱৰ মৈদাম উন্নয়ন সমিতিৰ উদ্যোগত সাপেখাতী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া বনজ্যোস্না বৰগোহাঁইক উষ্ম আদৰণি জনায়।ত্তাঈ সাহিত্য-সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুস্তম গগৈয়ে আঁত ধৰা অনুষ্ঠানত লেচাই কোঁৱৰ মৈদাম সমিতিৰ সভাপতি কিৰণ চাউৰক,কাৰ্যকৰী সভাপতি নিত্যা ৰাজকোঁৱৰ, অংকুৰ ৰাজকোঁৱৰ, ৰাজীৱ বৰগোঁহাই অংশগ্ৰহণ কৰে।