Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
No video available

সোণাৰি: চৰাইদেউত পংকজ তাছাৰ শুভ বিবাহ অনুষ্ঠানত উপস্থিত হৈ নৱদম্পতীক শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

Sonari, Charaideo | Mar 6, 2024
আজি চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাৰ জেষ্ঠ ভাতৃ পংকজ তাছাৰ শুভ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হৈ নৱদম্পতী দুয়োকে শুভেচ্ছা জ্ঞাপন কৰে বিধেয়কে । তেখেতলোকৰ দুয়োৰে ভবিষ্যত যুগ্ম জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰক তাকে কামনা কৰে বিধায়ক গৰাকীয়ে ।

MORE NEWS