নলবাৰী: সমগ্ৰ ৰাজ্যৰ লগতে চহৰতো স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ তৃতীয় দিনাও
সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ। প্ৰতিবাদ মুখৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা । মুল আঠটাকৈ দাবীৰে কৰ্মবিৰতি ও অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিলে স্বাস্থ্য কৰ্মীয়ে । মুঠ ৮ দফীয়া দাবীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য কৰ্মী আৰু কৰ্মচাৰী সন্থাই তিনিদিনীয়াকৈ এই কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।