⭕বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা নলবাৰী জিলা সমিতিৰ বিশেষ সাংগঠনিক সভা
⭕দলটোৰ নলবাৰী জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় এই সাংগঠনিক সভা
⭕মৰ্চাৰ জিলা সভাপতি মুনীন্দ্ৰ বেজৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন
⭕সভাখনত উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকা,মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী তথা সাংসদ যোগেন মহন,ৰাজ্যিক সভাপতি সূভাষ দত্ত,ৰাজ্যিক উপসভাপতি মানস বৰা
⭕বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা দায়িত্ব সম্পৰ্কত আলোচনা কৰা হয় সভাখনত
#Nalbari
#BJPNEWS
#OBCMorcha
#organisational
#Meeting
#axombroadcast24