সাপেখাতী: বৰহাটত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ পতাকা উত্তোলনে ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী শুভাৰম্ভ
সোমবাৰে বৰহাট গাঁওৰক্ষী বাহিনীৰ কাৰ্য্যালয়ত সদৌ অসম গাওঁৰক্ষী সগঠনৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।এই উপলক্ষে বৰহাট গাওঁৰক্ষী বাহিনীৰ সম্পাদক সুগ্ৰীব বাঢ়ৈয়ে আঁত ধৰা অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তপন জাজনীয়ে।স্মৃতি তৰ্পন কৰে বৰহাট থানা সমিতিৰ প্ৰাক্তন সভাপতি গদৰাম গগৈয়ে।