সাপেখাতী: তামোলবাৰীত শিৱৰাত্ৰী সমিতিৰ উদ্যোগত ৰাজহুৱা সভাত আচ্যা,কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক জ্যোতিৰাম কিস্কু
দেওবাৰে আবেলি প্ৰায় ৩-৩০বজাত তামোলবাৰী নৱ যুৱক উন্নয়ন সংঘৰ কাৰ্যালৰ সমীপত শিৱৰাত্ৰী সমিতিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।উল্লেখ্য যে তামোলবাৰী শিৱৰাত্ৰী সমিতিৰ উদ্যোগত বিনোদ তাঁতীৰ পৌৰোহিত্বত অনুষ্ঠিত সভাত আচডা,চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ,এছু বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক যতীন মূৰ্মুৰ,আচ্যা,কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক জ্যোতিৰাম কিস্কুৰ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।