পোহৰৰ উৎসৱ দীপাৱলী আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা কালী পূজাৰ পৱিত্ৰ ক্ষণত সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ডিব্ৰুগড় কানৈ মহাবিদ্যালয় ( স্বায়ত্বশাসিত )ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই।
মা কালীৰ আশিসে প্ৰতিগৰাকী লোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু অপাৰ আনন্দ। পোহৰেৰে উজলি উঠক প্ৰতিটো পৰিয়াল।
সকলোলৈকে কালী পূজা আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছা।