পোহৰৰ উৎসৱ দীপাৱলী আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা কালী পূজাৰ পৱিত্ৰ ক্ষণত সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ এণ্ড ডায়েগনষ্টিক হাস্পতালৰ পৰিচালন সঞ্চালক হাফিজুৰ ৰহমানে।
মা কালীৰ আশিসে প্ৰতিগৰাকী লোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু অপাৰ আনন্দ। পোহৰেৰে উজলি উঠক প্ৰতিটো পৰিয়াল।
সকলোলৈকে কালী পূজা আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছা।