◾ ওদালগুৰিৰ পৰা ভাস্কৰ্য শিল্পত উজলি উঠিছে প্ৰিয়ংকা বসুমতাৰী।
◾ভকতপাৰাৰ কছাৰীপাৰা গাঁৱৰ প্ৰিয়ংকাই মাটি, শিল আৰু ফাইবাৰ গ্লাছেৰে নিৰ্মাণ কৰিছে একাধিক নিখুঁত ভাস্কৰ্য।
◾ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম , সুলেখা বসুমতাৰীৰ আৱক্ষ মূৰ্তি নিৰ্মাণে লাভ কৰিছে বিশেষ চৰ্চা।
◾ ভাস্কৰ্য শিল্পৰ সমান্তৰালভাৱে চিত্ৰশিল্পতো নিজৰ প্ৰতিভাৰ পৰিচয় দিছে প্ৰিয়ংকা বসুমতাৰীয়ে।
◾ পেছাত ফিজিঅ’থেৰিপিষ্ট প্ৰিয়ংকাই শিল্পকলাক জীৱনৰ ব্ৰত আৰু সাধনা হিচাপে গ্ৰহণ কৰি আগুৱাই গৈছে।
Udalguri LIVE - BODO