শিৱসাগৰ পৌৰসভাৰ ৬ নং ৱাৰ্ডত আয়োজিত বিজেপিৰ দলীয় কাৰ্যসূচী ।
সভাত স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ ১২ বছৰীয়া কাৰ্যকালৰ বিভিন্ন ঐতিহাসিক আৰু যুগান্তকাৰী উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে সৱিশেষ আলোচনা ।
আজিৰ এই কাৰ্যসূচীত শিৱসাগৰ জিলা বিজেপিৰ উপ সভানেত্ৰী দিপিকা কাকতি দুৱৰী , বিজেপি নগৰ মণ্ডলৰ সভাপতি বিশ্বদ্বীপ হাজৰিকা , ৱাৰ্ড সদস্য সদস্য সমীৰ দত্ত , ৰাজ্যিক কাৰ্যনিৰ্বাহক সমীৰ গগৈ , বিশিষ্ট সমাজকৰ্মী প্ৰণৱ দত্ত , বিবেকানন্দ বৰা , প্ৰদীপ বৰাকে আদি কৰি স্থানীয় বহুলোকৰ লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026