Context:
Strong reaction in Sivasagar over the unusual incident involving a NEET candidate in Nalbari.
The All Assam United Brahmin Council submitted a memorandum to the District Commissioner of Sivasagar.
It may be mentioned that a NEET candidate in Nalbari was allegedly forced to remove her lagun (traditional sacred thread/ornament) before being allowed to enter the examination hall.
Condemning the entire incident, the organization demanded appropriate action against those responsible.
The memorandum has also been forwarded to the Governor of Assam, the Chief Minister of Assam, and other concerned authorities.
The incident, which took place at the examination centre of MNC College, Nalbari, has sparked strong reactions in Sivasagar.
নলবাৰীৰ NEET পৰীক্ষাৰ্থীৰ লগত সংঘটিত আজৱ কাণ্ডৰ প্ৰতিক্ৰিয়া শিৱসাগৰত
সদৌ অসম সন্মিলিত ব্ৰাহ্মণ পৰিষদৰ স্মাৰক পত্ৰ জিলা আয়ুক্তক
উল্লেখ যে নলবাৰীত এগৰাকী পৰীক্ষাৰ্থীক লগুণ খুলিবলৈ বাধ্য কৰাইছিল পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে
এই সমগ্ৰ ঘটনাৰ গৰিহণা দি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী
অসমৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ
MNC মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰত
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026