'১৫,০০০ টকা দিয়া কাৰণে ৰাইজে আমাক প্ৰশ্ন কৰা নাই। কাৰণ ৰাইজে আমাক জানে। ৰাইজৰ লগত আমি সদায় থাকিম।' নাজিৰাৰ নেপালীখুঁটিৰ বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰী সাহায্য পুঁজিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ইফালে, ডাৱৰ বিস্ফোৰণত ফলত প্ৰকৃততে শিৱসাগৰ, চৰাইদেউত বান হৈছিলনে? সাংবাদিকৰ প্ৰশ্নত কিয় উত্তৰ দিয়াৰ পৰা ফালৰি কাটিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?
Assam, India | Aug 3, 2026