বঙাইগাঁৱত সফলতাৰে সামৰণি পৰিল আন্তঃৰাষ্ট্ৰীয় গ'জু-ৰিউ কাৰাটে চেম্পিয়নশ্বিপ
Bijni, Chirang | Nov 23, 2026
বঙাইগাঁৱত অনুষ্ঠিত হ'ল দশম আন্তঃৰাষ্ট্ৰীয় গ'জু-ৰিউ কাৰাটে চেম্পিয়নশ্বিপ ২০২৬। দুদিনীয়া এই প্ৰতিযোগিতাত ভাৰতৰ লগতে নেপাল, শ্ৰীলংকা, ভূটান আৰু মালয়েছিয়াৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে।