Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
No video available

মাহমৰা: মাহমৰাৰ জজলী পুখুৰী পানীযোগান আঁচনিৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে

Mahmora, Charaideo | Feb 11, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত জজলীপুখুৰীত জনস্বাস্থ্য আৰু কাৰিকৰি বিভাগৰ অধীনত নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা জলজীৱন মিচনৰ এটা পানীযোগান আঁচনিৰ আজি শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে চৰাইদেউ জিলা বিজেপিৰ উপ সভাপতি ৰ'জকমল মহন, কৃষক মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি দেৱজিত চাউৰক, জনস্বাস্থ্য আৰু কাৰিকৰি বিভাগৰ বিষয়াবৰ্গৰ লগতে স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷

MORE NEWS