Public App Logo
Jansamasya
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
No video available

মাহমৰা: মাহমৰাৰ বৰডবা পঞ্চায়তত নিশা পৰ্যন্ত পৌৰপতি অৰূপ দত্তৰ নেতত্বত বিজেপি দলৰ গাঁও চল' অভিযান কাৰ্য্যসূচী ৰূপায়ন

Mahmora, Charaideo | Feb 11, 2024
বিজেপি দলক ভোটাৰৰ অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্য দলে হাতত লৈছে গাঁও চল' কাৰ্য্যসূচী ৷ ইয়াৰ অংশ হিচাপে আজি সন্ধিয়া মাহমৰা সমষ্টিৰ বৰডবা গাঁও পঞ্চায়তৰ ১৬ নং বুথত মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্তৰ নেতৃত্বত গাঁও চল' কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ এই কাৰ্যসূচীত পৌৰপতিগৰাকীয়ে বুথৰ বহুকেইগৰাকী ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ মত বিনিময় কৰে ৷ পৌৰপতিগৰাকীৰ লগতে বুথ সভানেত্ৰী সোণপাহি গোহাঁই বৰুৱা, সংযোজক অচ্যুত বৰুৱা আদি উপস্থিত থাকে ৷

MORE NEWS