মাহমৰা: খুমটাই গাওঁ পঞ্চায়তৰ ২৯ নং বুথত বিজেপিৰ গাওঁ চল' অভিযানত ৰাইজৰ ঘৰে ঘৰে গৈ বিজেপি নেতাৰ ৰাইজৰ হৈতে মত বিনিময়
প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে ভাৰতীয় জনতা পাৰ্টি এক অন্যতম জনপ্ৰিয় "গাওঁ চল' অভিযান কাৰ্য্যসূচী আজি মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই গাওঁ পঞ্চায়তৰ ২৯ বুথত এই অভিযানৰ প্ৰভাসী ৰূপে কুশল দত্ত ডাঙৰীয়া,বুথ সভাপতি,ৱাৰ্ড আয়ুক্ত,আৰু এই বুথৰ তথা দলীয় কাৰ্য্যকৰ্তাৰ সৈতে বুথৰ প্ৰভাৱশালী ব্যক্তি আৰু কেইবাজনো ব্যক্তিৰ ঘৰত গৈ মত বিনিময় কৰে ।