প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১২ বছৰত ভাৰতবৰ্ষ উন্নয়ন , আত্মনিৰ্ভৰশীলতা আৰু জনকল্যাণৰ ক্ষেত্ৰত এক নতুন অধ্যায় সুচনা কৰা শুভ ক্ষণত ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ১২ বছৰীয়া বিশ্বাস, বিকাশ আৰু জনকল্যাণ শিৰ্ষক প্ৰদৰ্শনীত অংশগ্ৰহণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।
“সেৱা, সুশাসন আৰু গৰিব কল্যাণ”ক মূলমন্ত্ৰ হিচাপে লৈ আগবঢ়া এই ১২ বছৰৰ যাত্ৰাই দেশবাসীক এক নতুন আশাৰ সঞ্চাৰ কৰিছে। উন্নত আন্তঃগাঁথনি, ডিজিটেল বিপ্লৱ, আত্মনিৰ্ভৰ ভাৰত, কৃষক কল্যাণ, মহিলা সবলীকৰণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা লাভ কৰি ভাৰত আজি বিকশিত ৰাষ্ট্ৰ হোৱাৰ পথত বহু দুৰ আগবাঢ়ি যোৱাৰ অনুভৱ ব্যক্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ।
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers
#12YearsOfModiGovernment #ViksitBharat #NarendraModi #BJP #ProgressiveIndia #Sonari #DharmeswarKonwar