Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাত কৰুণ ঘটনা। একেডাল পঘাতে চিপ লৈ ন - দম্পতীৰ আত্মহনন। #public #friends #news #viral #reels #everyone #facebook #police #biswnath #highlights

Helem, Biswanath | Jun 22, 2026

MORE NEWS

বুৰৈ নদীৰ বাঢ়নী পানীয়ে উঠোৱাই নিলে এখন বালি ভৰ্ত্তি ট্ৰেক্টৰ।

অৰুণাচল পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়িছে বুৰৈ নৈ। খৰস্ৰোতা বুৰৈ নৈৰ সোঁতত উঠি গ ল এখন ট্ৰেক্টৰ।

#public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal

বুৰৈ নদীৰ বাঢ়নী পানীয়ে উঠোৱাই নিলে এখন বালি ভৰ্ত্তি ট্ৰেক্টৰ। অৰুণাচল পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়িছে বুৰৈ নৈ। খৰস্ৰোতা বুৰৈ নৈৰ সোঁতত উঠি গ ল এখন ট্ৰেক্টৰ। #public #friends #highlights #news #viral #reels #everyone #facebook #Arunachal

Helem, Biswanath | Jun 22, 2026

বুৰৈ নৈৰ পাৰত লেপেটা পাৰা বাসী ৰাইজৰ বুঢ়াচৰণ ডাঙৰীয়াক পূজা অৰ্চনা ।

#public #friends #highlights #news #viral #reels #everyone #facebook

বুৰৈ নৈৰ পাৰত লেপেটা পাৰা বাসী ৰাইজৰ বুঢ়াচৰণ ডাঙৰীয়াক পূজা অৰ্চনা । #public #friends #highlights #news #viral #reels #everyone #facebook

Helem, Biswanath | Jun 22, 2026

গহপুৰত বাঢ়নী পানীয়ে ছিঙিলে পথ।

গহপুৰৰ সোনাপুৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথৰ নলবাৰীত পকী কালভাৰ্টৰ  কাম সম্পূৰ্ণ হ'ল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই যাতায়তৰ উপযোগী কৰি নিদিয়াৰ সময়তে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অস্থায়ী উপ পথটো বাঢ়নী পানীয়ে ছিঙি নিয়ে।
 ৭/৮ খন গাৱৰে যাতায়ত বিচ্ছিন্ন হৈছে।

গহপুৰত বাঢ়নী পানীয়ে ছিঙিলে পথ। গহপুৰৰ সোনাপুৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথৰ নলবাৰীত পকী কালভাৰ্টৰ কাম সম্পূৰ্ণ হ'ল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই যাতায়তৰ উপযোগী কৰি নিদিয়াৰ সময়তে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অস্থায়ী উপ পথটো বাঢ়নী পানীয়ে ছিঙি নিয়ে। ৭/৮ খন গাৱৰে যাতায়ত বিচ্ছিন্ন হৈছে।

Helem, Biswanath | Jun 22, 2026

বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাত কৰুণ ঘটনা। একেডাল পঘাতে চিপ লৈ ন - দম্পতীৰ আত্মহনন। #public #friends #news #viral #reels #everyone #facebook #police #biswnath #highlights - Helem News