গহপুৰত বাঢ়নী পানীয়ে ছিঙিলে পথ।
গহপুৰৰ সোনাপুৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথৰ নলবাৰীত পকী কালভাৰ্টৰ কাম সম্পূৰ্ণ হ'ল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই যাতায়তৰ উপযোগী কৰি নিদিয়াৰ সময়তে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অস্থায়ী উপ পথটো বাঢ়নী পানীয়ে ছিঙি নিয়ে।
৭/৮ খন গাৱৰে যাতায়ত বিচ্ছিন্ন হৈছে।