বঙাইগাঁৱত উন্মোচন ‘পৰীক্ষা সাৰথি’: ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন কৌশল
Bijni, Chirang | Nov 23, 2026
বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উন্মোচন হ’ল 'পৰীক্ষা সাৰথি' গ্ৰন্থ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নতুন প্ৰশ্নৰ আৰ্হি আৰু মূল্যায়ন পদ্ধতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা প্ৰস্তুতিৰ বাবে এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে।