সাপেখাতী: নগাহাটত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়,নগাহাটৰ ২১সংখ্যক প্ৰতিষ্ঠা দিৱসত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
নগাহাটত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়,নগাহাটৰ ২১সংখ্যক প্ৰতিষ্ঠা দিৱসত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। শুক্ৰবাৰে বাৰে ৪বজাত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ২১সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্ যাপন কৰা হয়।এই উপলক্ষে পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক থানেশ্বৰ গগৈয়ে।সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে পূৰবী দুৱাৰাই।আবেলি শ্বহীদ পুহেশ্বৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিব্যজ্যোতি শইকীয়াৰ সঞ্চালনা কৰা অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে