Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
बीजेपी
Gujarat
Congress
Modi
Delhi
Viral
मारपीट
Crime
Jharkhand
Dm
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh

শিৱসাগৰত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস উদযাপন Partition Horrors Remembrance Day Observed in Sivasagar Partition Horrors Remembrance Day was observed in Sivasagar under the initiative of the district administration. A candlelight procession was taken out from the Sivasagar Deputy Commissioner’s Office as part of the programme. Sivasagar Deputy Commissioner Mridul Yadav inaugurated the programme and also participated in the procession. Meanwhile, in collaboration with the Assam State Urban Livelihoods Mission , Sivasagar, the Har Ghar Tiranga programme was also carried out as part of the observance. #highlightseveryone #everyonehighlights #followerseveryone #nonfollowers

Sibsagar, Sivasagar | Aug 14, 2026

MORE NEWS

পৰিয়ালটিক সকলোৱে অলপ সহায় কৰক ।

#news #assamfloods2026 #oursivasagar #sivasagarassam

পৰিয়ালটিক সকলোৱে অলপ সহায় কৰক । #news #assamfloods2026 #oursivasagar #sivasagarassam

Sibsagar, Sivasagar | Aug 16, 2026

BREAKING শিৱসাগৰত বিজেপিৰ সংবাদ মেল

শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙীয়াৰ।

🔴 বান পৰিস্থিতিত ৰাইজৰ সহযোগিতাক প্ৰশংসা বিতুপন ৰাইদঙীয়াৰ।

🔴 বানৰ সময়ত সাংবাদিকসকলে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন।

🔴 বান সাহায্যৰ নামত গোপন ৰাজনৈতিক অভিসন্ধিৰ অভিযোগ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে।

🔴 ₹৫০০ৰ বিনিময়ত বিপদত পৰা মহিলাক ভৰি ধৰাবলৈ বাধ্য কৰাৰ অভিযোগক লৈ আজমলক তীব্ৰ সমালোচনা।

🔴 বান সাহায্যৰ নামত শিৱসাগৰত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি।

🔴 উজনি অসমক অপসংস্কৃতি আৰু বহিৰাগতৰ চৰণীয়া পথাৰ নকৰিবলৈ কঠোৰ সকিয়নি।

🔴 “আজমলৰ এনে প্ৰয়াস কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব” — বিতুপন ৰাইদঙীয়া।

🔴 শিৱসাগৰলৈ ইয়াতকৈ অধিক আগবাঢ়ি নাহিবলৈ আজমলক কঠোৰ সকিয়নি বিজেপি সভাপতিগৰাকীৰ।

#highlight #everyonefollowers #followerseveryone #nonfollowers #BJPNEWS

BREAKING শিৱসাগৰত বিজেপিৰ সংবাদ মেল শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইদঙীয়াৰ। 🔴 বান পৰিস্থিতিত ৰাইজৰ সহযোগিতাক প্ৰশংসা বিতুপন ৰাইদঙীয়াৰ। 🔴 বানৰ সময়ত সাংবাদিকসকলে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন। 🔴 বান সাহায্যৰ নামত গোপন ৰাজনৈতিক অভিসন্ধিৰ অভিযোগ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। 🔴 ₹৫০০ৰ বিনিময়ত বিপদত পৰা মহিলাক ভৰি ধৰাবলৈ বাধ্য কৰাৰ অভিযোগক লৈ আজমলক তীব্ৰ সমালোচনা। 🔴 বান সাহায্যৰ নামত শিৱসাগৰত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি। 🔴 উজনি অসমক অপসংস্কৃতি আৰু বহিৰাগতৰ চৰণীয়া পথাৰ নকৰিবলৈ কঠোৰ সকিয়নি। 🔴 “আজমলৰ এনে প্ৰয়াস কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব” — বিতুপন ৰাইদঙীয়া। 🔴 শিৱসাগৰলৈ ইয়াতকৈ অধিক আগবাঢ়ি নাহিবলৈ আজমলক কঠোৰ সকিয়নি বিজেপি সভাপতিগৰাকীৰ। #highlight #everyonefollowers #followerseveryone #nonfollowers #BJPNEWS

Sibsagar, Sivasagar | Aug 16, 2026

শিৱসাগৰত নৱনিৰ্মিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে

দীৰ্ঘদিন ভাড়াতীয়া হিচাপে থকা শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়তো অৱশেষত নতুন ৰূপত নিৰ্মাণ কৰি শুভ উদ্বোধন কৰা হয় ডিমৌ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰ মহল পঞ্চায়তৰ অধীনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত

শিৱসাগৰ জিলা আয়ুক্ত মৃদুল য়াদৱ , অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া , বিশিষ্ট সমাজকৰ্মী বিতোপন ৰাইদঙীয়াৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে উদ্ধোধন কৰে কাৰ্যালয়তো ।
#highlight 
#everyonefollowers 
#followerseveryone 
#SocialWelfare 
#sivasagarassam

শিৱসাগৰত নৱনিৰ্মিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে দীৰ্ঘদিন ভাড়াতীয়া হিচাপে থকা শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়তো অৱশেষত নতুন ৰূপত নিৰ্মাণ কৰি শুভ উদ্বোধন কৰা হয় ডিমৌ বিধান সভা সমষ্টিৰ অন্তৰ্গত নগৰ মহল পঞ্চায়তৰ অধীনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত শিৱসাগৰ জিলা আয়ুক্ত মৃদুল য়াদৱ , অতিৰিক্ত আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া , বিশিষ্ট সমাজকৰ্মী বিতোপন ৰাইদঙীয়াৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে উদ্ধোধন কৰে কাৰ্যালয়তো । #highlight #everyonefollowers #followerseveryone #SocialWelfare #sivasagarassam

Sibsagar, Sivasagar | Aug 16, 2026

বানপীড়িত ৰাইজৰ কাষত স্বেচ্ছাসেৱী সংস্থা 'ভিজন অফ আছাম' (Vision of Assam) আৰু "Sirung Collective" ৰ যৌথ সহযোগত এক বিশেষ সেৱামূলক পদক্ষেপ গ্ৰহণ কৰা হয়।

শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বানাক্ৰান্ত পটুচালা, কাশীবাৰী আৰু হাতীঘূলি গাঁও পঞ্চায়তত উপস্থিত হৈ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ মাজত জৰুৰী খাদ্য সামগ্ৰী, কাপোৰ-কানি আৰু বানৰ পাছত হ'ব পৰা সংক্ৰামক ৰোগ ৰোধৰ বাবে ব্লিচিং পাউদাৰ আৰু ফেনাইলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। 

মানুহেই মানুহৰ বাবে — এই বিপদৰ সময়ত ভুক্তভোগী ৰাইজৰ কাষত ঠিয় দিয়াটো আমাৰ কৰ্তব্য 
#highlightseveryone #everyonefollowers #dipikikakotiduwari #SivasagarFlood

বানপীড়িত ৰাইজৰ কাষত স্বেচ্ছাসেৱী সংস্থা 'ভিজন অফ আছাম' (Vision of Assam) আৰু "Sirung Collective" ৰ যৌথ সহযোগত এক বিশেষ সেৱামূলক পদক্ষেপ গ্ৰহণ কৰা হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বানাক্ৰান্ত পটুচালা, কাশীবাৰী আৰু হাতীঘূলি গাঁও পঞ্চায়তত উপস্থিত হৈ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ মাজত জৰুৰী খাদ্য সামগ্ৰী, কাপোৰ-কানি আৰু বানৰ পাছত হ'ব পৰা সংক্ৰামক ৰোগ ৰোধৰ বাবে ব্লিচিং পাউদাৰ আৰু ফেনাইলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। মানুহেই মানুহৰ বাবে — এই বিপদৰ সময়ত ভুক্তভোগী ৰাইজৰ কাষত ঠিয় দিয়াটো আমাৰ কৰ্তব্য #highlightseveryone #everyonefollowers #dipikikakotiduwari #SivasagarFlood

Sibsagar, Sivasagar | Aug 16, 2026

শিৱসাগৰত বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটিয়াৰ বিশেষ পদক্ষেপ

শিৱসাগৰৰ বিভিন্ন বানাক্ৰান্ত স্থানত ৰাইজৰ মাজত খোৱাপানী, চিৰা, গাখীৰ, চাবোন, মম আদিৰ লগতে প্ৰয়োজনীয় বস্ত্ৰকে আদি কৰি বিভিন্ন সামগ্ৰী বিতৰণ। 

প্ৰায় ৬ হাজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে এইসমূহ সামগ্ৰী । বিতৰণ কাৰ্যসূচীত স্থানীয় বহু যুৱকৰো অংশগ্ৰহণ । 

প্ৰদ্যুম্ন দত্ত, মন ৰাজগুৰু, ৰিন্টু বৰগোহাঁই, নিহাল দত্ত, খগেন দত্ত, মিন্টু গগৈ আদি কেইবাগৰাকীও যুৱকে এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত অংশ লৈছে প্ৰত্যক্ষ ভাৱে

#highlight #everyonefollowers #followerseveryone #prashantapratimkathkatia

শিৱসাগৰত বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটিয়াৰ বিশেষ পদক্ষেপ শিৱসাগৰৰ বিভিন্ন বানাক্ৰান্ত স্থানত ৰাইজৰ মাজত খোৱাপানী, চিৰা, গাখীৰ, চাবোন, মম আদিৰ লগতে প্ৰয়োজনীয় বস্ত্ৰকে আদি কৰি বিভিন্ন সামগ্ৰী বিতৰণ। প্ৰায় ৬ হাজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে এইসমূহ সামগ্ৰী । বিতৰণ কাৰ্যসূচীত স্থানীয় বহু যুৱকৰো অংশগ্ৰহণ । প্ৰদ্যুম্ন দত্ত, মন ৰাজগুৰু, ৰিন্টু বৰগোহাঁই, নিহাল দত্ত, খগেন দত্ত, মিন্টু গগৈ আদি কেইবাগৰাকীও যুৱকে এই সাহাৰ্য বিতৰণ কাৰ্যসূচীত অংশ লৈছে প্ৰত্যক্ষ ভাৱে #highlight #everyonefollowers #followerseveryone #prashantapratimkathkatia

Sibsagar, Sivasagar | Aug 16, 2026