সাপেখাতী: বৰহাটত চাহ জনগোষ্ঠী ঐক্য মঞ্চ উদ্যোগত মানসিক, বৌদ্ধিক বিকাশৰ কৰ্মশালাত মাইন শিক্ষা প্ৰতিষ্ঠান অসমৰ পৰিচালক উদৰাজ পাউণ্ডে
শনিবাৰে আবেলি ৩-৩০বজাত চাহ জনগোষ্ঠীৰ ঐক্য মঞ্চৰ উদ্যোগত বৰহাটত ছাত্র-ছাত্ৰীৰ মানসিক, বৌদ্ধিক বিকাশৰ কৰ্মশালা অনুষ্ঠিত হয়।উল্লেখ্য যে শিক্ষা কৰ্মশালা মূলতঃ মানসিক সমস্যা দূৰ কৰা, মানসিক শিক্ষা, ব্যক্তিত্ব বিকাশ, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি, মাধ্যমেৰে বৰহাট অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ মানসিক আৰু শাৰীৰিক বিকাশৰ উদ্দেশ্যেৰে কৰ্মশালা কৰা হয়। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অধ্যাপক ড. উদয়ৰাজ পাউণ্ডেল