সাপেখাতী: পূব কলাকটাত চাওঁতাল উন্নয়ন সন্থাৰ উদ্যোগত মাঘ বাহা উদ্ যাপন,অংশগ্ৰহণ কৰে উন্নয়ন সন্থাৰ চৰাইদেউ জিলাৰ সভাপতি বিজিৎ মূৰ্মু
সোমবাৰে ৰাতিপুৱা প্ৰায় ৯-৩০বজাত পূব কলাকটাত চাওঁতাল উন্নয়ন সন্থাৰ উদ্যোগত মাঘ বাহা উদ্ যাপন কৰা হয়।আনহাতে আগন্তক উচ্চ-উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাৰ্থীক অভিনন্দন জনোৱা হয়।অনুষ্ঠানত উন্নয়ন সন্থাৰ চৰাইদেউ জিলাৰ সভাপতি বিজিৎ মূৰ্মুৰ,কাৰ্যকৰী সভাপতি অমৰ হেমৰমৰ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।