Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
No video available

সাপেখাতী: মহাৰাষ্ট্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্বʼপ্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীক সাপেখাতীত সম্বৰ্ধনা আপকুৰ জিলা উপদেষ্টা সুনন্দ গগৈৰ

Sapekhati, Charaideo | Feb 4, 2024
দেওবাৰে ২ঃ৩০বজাত যোৱা ২৬জানুৱাৰী পৰা ২৮জানুৱাৰী লৈ মহাৰাষ্ট্ৰৰ ঔৰাঙ্গাবাদৰ ডিভিজনেল স্পʼৰ্টচ কমপ্লেক্স গৰখেডা পৰিসৰ ছত্ৰপতি শিৱাজী নগৰত ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাত অনুষ্ঠিত হয় । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাত অসম দলৰ হৈ মুন গগৈয়ে ৫০কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।সেয়ে আজি বিজয়ী প্ৰতিযোগী মুন গগৈক আপকু চৰাইদেউ জিলাৰ উপদেষ্টা সুনন্দ গগৈ,মুখ্য প্ৰশিক্ষক ৰাতুল গগৈয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

MORE NEWS