Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
rushtam378
No video available
5
সাপেখাতী: বৰহাট চাহ বাগিচা-বৰহাট সংযোগী পথত এটা গৰু নাহৰফুটুকী বাঘে ভক্ষণ
Sapekhati, Charaideo
| Feb 3, 2024
শনিবাৰে সন্ধিয়া ছয় বজাত বৰহাট চাহ বাগিচাৰ অন্তৰ্গত বৰহাট চাহ বাগিচা-বৰহাট সংযোগী পথৰ কাষত এটা গৰু, নাহৰফুটুকী বাঘে ভক্ষণ কৰে। উল্লেখ্য যে বৰহাট চাহ বাগিচা -বৰহাট সংযোগী পথৰ কাষত নাহৰফুটুকী বাঘে এটা গৰু মাৰি খাই আছিল।পথত অহা -যোৱা কৰা গাড়ী লাইটৰ পোহৰত বাঘটো পলায় যায়।
MORE NEWS
সাপেখাতী: শিমলুতলত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান, ১০০ লিটাৰ জব্দ কৰি নষ্ট কৰে
Sapekhati, Charaideo | Feb 2, 2024
সাপেখাতী: নগাহাটত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়,নগাহাটৰ ২১সংখ্যক প্ৰতিষ্ঠা দিৱসত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
Sapekhati, Charaideo | Feb 2, 2024
সাপেখাতী: নগাহাটত বিজিপিৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সাংগঠনিক সভা,সভাত বিজেপিৰ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাচা উপস্থিত
Sapekhati, Charaideo | Feb 2, 2024
সাপেখাতী: কলাকটাত চাওঁতাল মাঝি মণ্ডলৰ বিশেষ সভাত চৰাইদেউ জিলা সমিতিৰ সভাপতি আদিত্য টুডু
Sapekhati, Charaideo | Feb 1, 2024
সাপেখাতী: বৰহাটত উশ্বু প্ৰতিযোগিতাত জয়ীহৈ গৌৰৱ কঢ়িয়াই অনা বিজয়ী প্ৰতিযোগীক আদৰণিত ৰাষ্ট্ৰীয় উশ্বু বিচাৰক ৱাংমান ৱাংছু
Sapekhati, Charaideo | Feb 1, 2024