ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা!
এটা ছাগলীক বচাবলৈ গৈ সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। ছাগলীটোক বচাবলৈ চেষ্টা কৰাৰ সময়তে এখন বাহনক আন এখন বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।
সমগ্ৰ ঘটনা বন্দী হ’ল CCTV কেমেৰাত। চাওক দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য।
#Doboka #Assam #Nagaon #AssamNews #RoadAccident #CCTVFootage #BreakingNews
Nagaon, Nagaon | Nov 23, 2026