অনলাইন চুমাৰ প্ৰেমত বলিয়া কলকাতাৰ গুপ্তাজী। প্ৰেয়সীক বিচাৰি পালেহি নগাঁৱৰ জাজৰী। এটি সন্তানৰ মাতৃ চুমী হীৰাৰ সৈতে কলকাতাৰ কৃষান কুমাৰ গুপ্তাৰ মোবাইলযোগে চিনাকি। চিনাকিৰ পৰা বন্ধুত্ব, বন্ধুত্বৰ পৰা প্ৰেম।এমাহৰ অনলাইন প্ৰেমে অৱশেষত গুপ্তাজীক টানি আনিলে জাজৰীলৈ।তাৰ পিছত কি হ'ল চাওক এই প্ৰতিবেদন........ #Viralpost #viral #viralreels #viralreels #AssamNews #AssamNews #nagaon #jajori #Assam #viralreelsシ