Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
Bjp
National
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
Crimenews
Aap
Asaduddinowaisi
Breaking
Politics
Abvp
Aimim
Biharnews
Meerut
thecrosscurrent.in
জীৱনৰ আনে নজনা প্ৰেমৰ অধ্যায় প্ৰথমবাৰলৈ ৰাজহুৱা কৰিলে ৰাহুল গান্ধীয়ে...
Assam, India
| Nov 16, 2026
MORE NEWS
মামা আমাৰ ৰাস্তাটো এমান বৈয়া, আমি কলেজ যাৱাই বাদ দিছোঁ....
Assam, India | Nov 17, 2026
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত আন্তঃ সংবাদ মাধ্যম কুইজ প্ৰতিযোগিতা। "Journalism: Populist or Responsible" শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান জ্যেষ্ঠ সাংবাদিক-সম্পাদক মনোজ কুমাৰ গোস্বামীৰ।
Assam, India | Nov 16, 2026
'মুখ্য নিৰ্বাচন আয়ুক্তৰে আন দুগৰাকী নিৰ্বাচন আয়ুক্তৰ কিমানটা সিদ্ধান্তত মতানৈক্য হৈছিল?' 'সমগ্ৰ দেশতে SIR অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কোনে লৈছিল?' 'Form 6ৰ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত কোনে লৈছিল?' ভোট চুৰি সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগলৈ ৪৮ টা প্ৰশ্নৰ অৱতাৰণা কৰিব ইণ্ডিয়া মিত্ৰজোঁটে। ECIক প্ৰশ্ন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি বিচাৰিছে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্বই।
Assam, India | Nov 16, 2026
১৮১ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অখিলেশ যাদৱৰ ঘোষণাৰ পাছতে তৎপৰ কংগ্ৰেছ। উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনক লৈ বৈঠকত বহিল কংগ্ৰেছ। উত্তৰ প্ৰদেশত ‘ইণ্ডিয়া' মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কে চি বেণুগোপালৰ।
Assam, India | Nov 16, 2026
সঁচা আছিল BJP ৰ তালিকা! বিদ্ৰোহৰ ভয়তহে স্থিতি সলালে BJP এ। যোগীক আওকাণ কৰাৰ ফল পাব BJP এ। এয়া মাথোঁ আৰম্ভণিহে?
Assam, India | Nov 16, 2026
শিৱসাগৰ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰেৰণ অসমীয়া যুৱ মঞ্চৰ। জাঁজী নদীৰ বালি খননৰ ঘাট পুনৰ মুকলি নকৰিবলৈ দাবী সংগঠনটোৰ।
Assam, India | Nov 16, 2026
📌 আগৰতলা পৌৰ নিগমৰ ৫১টা ৱাৰ্ডতে বিজেপিৰ অভিলেখসংখ্যক জয়ৰ দাবী প্ৰাৰ্থী হৰিসাধন দেৱনাথৰ! #nekhabar #tripura #bjp #election
Balijana, Goalpara | Nov 16, 2026
📌 মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অধিক তৎপৰ হৈ পৰিছে হাজো যান-বাহন আৰক্ষী 📌 হাজো থানাৰ চৌহদত জুম বান্ধিছে হেলমেট,ড্ৰাইভিং লাইচেন্সৰ লগতে অন্যান্য নথি বিহীন দুচকীয়া বাহনৰ গৰাকী। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট #nekhabar #assam #kamrup #hajo #police
Balijana, Goalpara | Nov 16, 2026