১৮১ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অখিলেশ যাদৱৰ ঘোষণাৰ পাছতে তৎপৰ কংগ্ৰেছ। উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনক লৈ বৈঠকত বহিল কংগ্ৰেছ। উত্তৰ প্ৰদেশত ‘ইণ্ডিয়া' মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কে চি বেণুগোপালৰ।