Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���िहार
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
No video available

মাহমৰা: মাহমৰাৰ চেপন জাতীয় বিদ্যাপীঠত ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন

Mahmora, Charaideo | Jan 28, 2024
চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত চেপনত অৱস্থিত চেপন জাতীয় বিদ্যাপীঠত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিদ্যালয়খনৰ চতুৰ্বিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান ৷ এই অনুষ্ঠানত আজি উপস্থিত থাকি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ৷

MORE NEWS