Public App Logo
Jansamasya
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
No video available

মাহমৰা: মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে চক্ৰ বিষয়া ইণ্ডিকা গগৈৰ উপস্থিতিত গণৰাজ্য দিৱস পালন

Mahmora, Charaideo | Jan 26, 2024
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে পতাকা উত্তোলন কৰা এই কাৰ্যসূচীত দেশপ্ৰেমমূলক নৃত্য-গীতৰ অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ৷