Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
���प
Agra
No video available

মাহমৰা: অসমীয়াৰ স্বাভিমান গামোছাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ তৰল মন্তব্যক মৰাণহাটত তীব্ৰ গৰিহনা কেবিনেট মন্ত্ৰী যোগেন মহনৰ

Mahmora, Charaideo | Jan 25, 2024
অসম আৰু অসমীয়াৰ স্বাভিমান গামোছাক লৈ কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ তৰল মন্তব্যক আজি মৰাণহাটত তীব্ৰ গৰিহনা দিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ লগতে কংগ্ৰেছৰ ন্যায় যাত্ৰা সম্পৰ্কত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে কয় যে অসমত কংগ্ৰেছৰ সকলো যাত্ৰাই বিফল হৈছে ৷ কংগ্ৰেছ দিনে দিনে তললৈহে গৈছে, ৰাইজ বিজেপিৰ লগত আছে ৷