Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
���ीजेपी
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
No video available

মাহমৰা: অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে মাহমৰাৰ বিশ্ৰামপুৰত আছুৰ প্ৰতিবাদী চাইকেল সমদল

Mahmora, Charaideo | Jan 27, 2024
অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী কেবিনেট সিদ্ধান্তৰ বিৰোধিতাৰে শনিবাৰে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মাহমৰাৰ বিশ্ৰামপুৰ হাইস্কুল খেলপথাৰৰ পৰা এক প্ৰতিবাদী চাইকেল সমদল উলিয়াই ৷ আছুৰ সদস্যসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে বিশ্ৰামপুৰৰ পৰা কচুমাৰী হৈ ৰাঙলী হাইস্কুল খেলপথাৰত চাইকেল সমদল সামৰণি মাৰে ৷