ৰাজ্যিক বিজেপিৰ নিৰ্দেশ অনুসৰি ডিমৌ পৌৰসভাৰ ৫নং ৱাৰ্ডত আয়োজিত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ শিৱসাগৰ জিলা বিজেপিৰ উপ-সভানেত্ৰী দিপিকা কাকতি দুৱৰীৰ ।
সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া এই যাত্ৰাত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সমূহৰ বিষয়ে আলোচনা ।
আজিৰ এই কাৰ্যসূচীত মণ্ডল সভাপতি কৃষ্ণ কৈৰী , সাধাৰণ সম্পাদক ক্ৰমে জয়ন্ত গগৈ ডাঙৰীয়া, সুশিল বৰুৱা , উপাধ্যক্ষ অজিত গোহাঁইকে প্ৰমুখ্যে কৰি দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় লোকসকল উপস্থিত থাকে।
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026