সোণাৰি: সোণাৰিত গ্ৰীণভিউ হোটেলত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ চৰাইদেউ জিলা সমিতি গঠন
চৰাইদেউ সোণাৰিত অসম জাতীয় পযিষদৰ ভগ্নী সংগঠণ জাতীয় মহিলা শক্তি,চৰাইদেউ জিলা সমিতিখন দেওবাৰে সোনাৰিৰ গ্ৰীণভিউ হোটেলত গঠণ কৰা হয়।এই উপলক্ষে অনুস্থিত সভাখনত অজাপৰ সোনাৰি সমষ্টি সমিতিৰ সভাপতি চক্ৰধৰ গগৈয়ে সভাপতিত্ব কৰাৰ সমান্তৰালকৈজাতীয় মহিলা শক্তিৰ কেন্দ্ৰীয় সভানেত্রী অল্পনা শর্মা, যুটীয়া সম্পাদিকা ববী ছেত্রী, অজাপৰ কেন্দ্রীয় সম্পাক মানিক গগৈ, সাংগাঠণিক সম্পাদক ৰাজেন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।