Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

সোণাৰি: জিলা আবকাৰী বিভাগৰ নামতোলা, লাদৈগড়, অশ্বিনীবিল, মঞ্জুশ্ৰী অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান, ৭৫০ লিটাৰ চুলাই পাছ নষ্ট

Sonari, Charaideo | Jun 1, 2024
চৰাইদেউ জিলাৰ নামতোলা, লাদৈগড়, অশ্বিনী বিল,মঞ্জুশ্ৰী বাগিছা আদি অঞ্চলত চৰাইদেউ জিলা আবকৰী বিভাগ আৰু নামতোলা আৰক্ষী থানাৰ সহযোগত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷অভিযান কালত চৰাইদেউ জিলা আবকাৰী বিভাগে ৭৫০ লিটাৰ চুলাই মদৰ পাছ আৰু ৬ টাকৈ অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে গোচৰ ৰুজো কৰে চৰাইদেউ জিলা আবকাৰী বিভাগে ৷
সোণাৰি: জিলা আবকাৰী বিভাগৰ নামতোলা, লাদৈগড়, অশ্বিনীবিল, মঞ্জুশ্ৰী অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান, ৭৫০ লিটাৰ চুলাই পাছ নষ্ট - Sonari News